सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাঠ, কাপোৰ, ধাতু আদিৰ পাতল, চেপেটা আৰু দীঘল টুকুৰা
उदाहरणे : বাঢ়ৈয়ে কাঠৰ পাটবোৰ একগোট কৰি আছে
अर्थ : যি সাঁচ বা কাথামোৰ ওপৰত বহি ৰাজমিস্ত্ৰী বা কাৰিকৰে কাম কৰে
उदाहरणे : ৰাজমিস্ত্ৰিয়ে পীৰাৰ পৰা নামি কথা কʼবলৈ ধৰিলে
समानार्थी : পীৰা
अर्थ : একপ্রকাৰ বিশেষ ধৰণৰ পলুৰ পৰা হোৱা মিহি, চিকমিকীয়া আৰু দৃঢ় সূতা
उदाहरणे : এইয়া পাটৰ পৰা তৈয়াৰ কৰা কাপোৰ
समानार्थी : চিল্ক, ৰেচম, ৰেছম
स्थापित करा