अर्थ : চলনশীল বস্তু আদিয়ে এঠাইৰ পৰা আন এঠাইলৈ যাবৰ কাৰণে সাজু হোৱা
							उदाहरणे : 
							এই ৰেলগাড়ীখনে দহ বজাত বাৰাণসীলৈ প্রস্থান কৰিব
							
समानार्थी : ৰাওনা হোৱা
अर्थ : কোনো প্রাণী, বস্তু আদি এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা কার্য
							उदाहरणे : 
							মন্ত্রী মহোদয় এতিয়া ইয়াৰ পৰা যাব
							
समानार्थी : গমন কৰা, যোৱা, ৰাওনা হোৱা