सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা
उदाहरणे : তেওঁ ্ পকা আম খাই আছে
समानार्थी : পকা
अर्थ : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
उदाहरणे : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
समानार्थी : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পকা, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, বিচক্ষণ, সিদ্ধহস্ত
अर्थ : পূর্ণ বিকশিত
उदाहरणे : পৰিপক্ক মস্তিষ্কহে বিবেকৱান হʼব পাৰে
समानार्थी : প্রৌঢ়
अर्थ : অনুভৱ কৰিব পৰা বা যিয়ে কোনো কাম, বস্তু আদিৰ অনুভৱ কৰিব পাৰে
उदाहरणे : এই কামটোৰ কাৰণে এজন অনুভবী ব্যক্তিৰ প্রয়োজন
समानार्थी : অনুভবী
स्थापित करा