सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়
उदाहरणे : আজি শচীনে ভাল খেলিলে
समानार्थी : ভাল, ভালদৰে
अर्थ : যি সকলো ফালৰ পৰা ভাল অৱস্থাত থাকে
उदाहरणे : মোৰ ভাল , আপোনাৰ ভালনে ?
समानार्थी : ভাল
अर्थ : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই
उदाहरणे : মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ
अर्थ : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে
उदाहरणे : এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল
स्थापित करा