सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
उदाहरणे : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
समानार्थी : ছিঙা, টুকুৰা কৰা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
अर्थ : পৃথক বা বেলেগ হোৱা
उदाहरणे : মুন্নাৰ এটা দাঁত ভাগিল
अर्थ : যিটো ভাঙিছে বা ভঙ্গ হৈছে
उदाहरणे : শিৱৰ ভঙা ধনুখন দেখি পৰশুৰাম কোপিত হʼল
समानार्थी : খণ্ডিত, বিখণ্ডিত, ভগ্ন, ভঙা, ভঞ্জিত
अर्थ : যিটো বাগৰি পৰিছে বা ভাঙি গৈছে
उदाहरणे : তেওঁ ভগ্ন ঘৰত জীৱন-যাপন কৰিবলৈ বাধ্য
समानार्थी : দী্র্ণ, বিদী্র্ণ, ভগা-ছিগা, ভগ্ন, ভঙা, ভঙা-ছিঙা
स्थापित करा