सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : মানদণ্ডৰ আধাৰত কৰা কোনো বস্তু আদিৰ মহত্ত্ব
उदाहरणे : নৈতিক মূল্যৰ দিনে-দিনে অৱনতি ঘটিবলৈ লৈছে
अर्थ : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?
उदाहरणे :
समानार्थी : দাম, দৰ, নিৰিখ, বেচ, ভাও, হাৰ
अर्थ : কোনো কথা বা সিদ্ধান্ত মানি লোৱা কার্য ্বা ভাব
उदाहरणे : পুৰণি মূল্যবোধক আজিৰ প্রজন্মই বিশ্বাস নকৰে
समानार्थी : বিচাৰধাৰা, মূল্যবোধ
अर्थ : কোনো বস্তুৰ আপেক্ষিক শ্রেষ্ঠতা, উপযোগিতা বা আদৰ বঢ়োৱা বা কমোৱা বিষয়
उदाहरणे : জ্ঞানৰ মহত্ত্ব সকলোতে দেখিবলৈ পোৱা যায়
समानार्थी : গৌৰৱ, গৰিমা, মহত্ত্ব, মাহাত্ম্য
अर्थ : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
उदाहरणे : হীৰাৰ মূল্য জহুৰীয়েহে জানে
समानार्थी : দাম
स्थापित करा