सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি লিপিত লাও ভাষা লিখা হয়
उदाहरणे : লাওৰ মুদ্রণ স্পষ্ট হোৱা নাই
समानार्थी : লাও লিপি
अर्थ : থাইলেণ্ড তথা লাওচ দেশৰ মেকং নদীৰ পাৰত বসতি কৰা বৌদ্ধ লোকৰ ভাষা
उदाहरणे : বৌদ্ধ ভিক্ষুকসকলে লাওত কিবা কথা কৈ আছে
समानार्थी : লাও ভাষা, লাও-ভাষা
अर्थ : লাও ভাষাৰ সৈতে সম্বন্ধ থকা বা লাও ভাষাৰ
उदाहरणे : লাও গ্রন্থবোৰৰ পৰা তেওঁ বুদ্ধৰ বিষয়ত অধিক জ্ঞান আহৰণ কৰিবৰ কাৰণে প্রচেষ্টা চলাই আছে
अर्थ : লাওচৰ সৈতে সম্বন্ধ থকা বা লাওচৰ
उदाहरणे : সঞ্জনাই লাও সংস্কৃতি বৰ ভাল পায়
समानार्थी : লাওচিয়ান
स्थापित करा