सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তুৰ ওপৰত কোনো ধৰণৰ প্ৰলেপ এৰাব নোৱাৰাকৈ লগোৱা কাৰ্য
उदाहरणे : দীপাৱলীৰ সময়ত ঘৰবোৰ ৰং আদিৰে লিপা হয়
समानार्थी : লেপন দিয়া
अर्थ : কোনো ভিজা বস্তুৰ পাতল লেপন লগোৱা কাৰ্য
उदाहरणे : ভঁৰাল ঘৰটো গোবৰেৰে লিপিছে
अर्थ : গুলি লোৱা বস্তুৰে পাতলকৈ দিয়া লেপন
उदाहरणे : তেওঁ ্ গোবৰেৰে ঘৰ লিপিছে
समानार्थी : মচা, লিচা, লেও দিয়া, লেপন দিয়া, লেপা
अर्थ : লেপ লগাই থোৱা
उदाहरणे : তেওঁ ্ছাঁই লিপি থোৱা বাচনবোৰ ধুই আছে
समानार्थी : লিপি থোৱা, লিপ্ত
स्थापित करा