सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : উপদ্রৱ কৰি জপিওৱা
उदाहरणे : যʼতেই দুই-চাৰিটা লʼৰা-ছোৱালী গোট খাই, তাতেই লৰা ঢপৰা আৰম্ভ কৰি দিয়ে
समानार्थी : লৰা ঢপৰা
अर्थ : ইফালে সিফালে দৌৰিবলগীয়া হোৱা কোনো কামৰ উদ্যোগ
उदाहरणे : মহেশে বহুত লৰা-ঢপৰা কৰাৰ পিছতহে নিজৰ ভায়েকক চাকৰি দিয়াব পাৰিলে
समानार्थी : দৌৰা-দৌৰি
स्थापित करा