सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : নব্বৈৰ লগত দহ যোগ কৰিলে পোৱা সংখ্যা
उदाहरणे : দহৰ দহ গুণ এশ
समानार्थी : এশ, ১০০
अर्थ : এশ বছৰ কাল
उदाहरणे : শতাব্দী ধৰি চলি অহা প্রথা এটাক হঠাৎ নাইকিয়া কৰিব নোৱাৰি
समानार्थी : শতাব্দী, শতিকা
अर्थ : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ
उदाहरणे : সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে
समानार्थी : শ
अर्थ : এশৰ সমূহ বা গোট
उदाहरणे : আচাৰ তৈয়াৰ কৰাৰ কাৰণে ৰামদীনে এশটা আম কিনিলে
अर्थ : অংকৰ স্থানৰ গণনাত এককৰ স্থানৰ পৰা গণনা কৰি তৃতীয় স্থানত এশৰ গুণিতকৰ বোধ জন্মা এক মান
उदाहरणे : ৪০৩ (চাৰিশ তিনি)-ত শতকৰ স্থানত চাৰি আছে
स्थापित करा