सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : হিত কথা বা কাম কৰিবলৈ কোৱা কার্য
उदाहरणे : গীতাত ভগৱান কৃষ্ণই দিয়া উপদেশ সমগ্র মানৱ সমাজৰ কাৰণে মঙ্গলজনক
समानार्थी : উপদেশ
अर्थ : বিদ্যা, সংগীত আদি পঢ়োৱা বা শিকোৱা কার্য
उदाहरणे : পাঠশালাত ভালেমান বিষয়ৰ শিক্ষা দিয়া হয়
समानार्थी : তালিম
अर्थ : শিকোৱা বা শিকা কোনো হিতকাৰী কথা
उदाहरणे : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়
समानार्थी : উপদেশ, জ্ঞান, বুজনি, শিকনি
स्थापित करा