सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সমুদ্র সম্বন্ধীয় বা সমুদ্রৰ
उदाहरणे : তিমি একপ্রকাৰ সামুদ্রিক জীৱ
समानार्थी : সামুদ্রিক
अर्थ : যি জাহাজ বা নৌপৰিবহন আদিৰ সৈতে সম্বন্ধিত বা যʼত নৌপৰিবহন, নাৱিক আদি জড়িত হৈ থাকে
उदाहरणे : সাগৰীয় সন্মিলনৰ সময়ত নাৱিকসকলক নতুন নতুন কথাৰ সৈতে পৰিচিত কৰোৱা হʼল
अर्थ : সাগৰৰ পৰা উৎপন্ন
उदाहरणे : তেওঁ মুকুতা, শংখ আদি সাগৰীয় বস্তুৰ ব্যৱসায় কৰে
स्थापित करा