सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কার্য আৰম্ভ কৰি সিদ্ধ বা সম্পূর্ণ ্কৰা কার্য
उदाहरणे : তেওঁ ্যোগৰ দ্বাৰা স্বাস্থ্য সাধনত নিপুনতা লাভ কৰিলে
अर्थ : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়
उदाहरणे : কুঠাৰ এবিধ সাধাৰণ সঁজুলি
समानार्थी : উপকৰণ, যতন, সঁজুলি, হাতিয়াৰ, হাথিয়াৰ
अर्थ : যাৰ দ্বাৰা বা যাৰ সহায়ত কোনো কাম আদি সিদ্ধি হয়
उदाहरणे : বাহন ভ্রমণৰ এক মাধ্যম
समानार्थी : মাধ্যম
अर्थ : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু
उदाहरणे : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে
समानार्थी : উপকৰণ, সামগ্রী
स्थापित करा