अर्थ : ওঁঠ দুখন একেলগে সংকোচন কৰি বাহিৰলৈ বতাহ উলিয়াই কৰা মিহি অথচ তীব্র এক ধৰণৰ শ্্ব্দ
							उदाहरणे : 
							শ্যামে শ্রেণীত প্রৱেশ কৰিয়েই জোৰেৰে সুহুৰি বজালে
							
अर्थ : বজালে সুহুৰিৰ দৰে শ্্ব্দ হোৱা এবিধ সৰু বাজনা
							उदाहरणे : 
							পুলিচজনে সহকর্মীসকলক মাতিবৰ কাৰণে বাৰে-বাৰে সুহুৰি বজালে