सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো শৈক্ষিক সংস্থাৰ শিক্ষক, বিদ্যার্থী আদি
उदाहरणे : পোন্ধৰ আগষ্টত সম্পূর্ণ বিদ্যালয়ে খেল ধেমালিত অংশগ্রহণ কৰিলে
समानार्थी : বিদ্যালয়
अर्थ : সৃজনাত্মক কলাকাৰ বা ৰচক বা বিচাৰকৰ সমষ্টি, যাৰ শৈলী একে বা যি একে গুৰুৰে সম্পর্কিত
उदाहरणे : পতঞ্জলি পাণিনী স্কুলৰ এজন শ্রেষ্ঠ বৈয়াকৰণ আছিল
समानार्थी : পঢ়াশালী, বিদ্যালয়
अर्थ : যি সময়সীমাৰ ভিতৰত স্কুলৰ শিক্ষাদান আদি কার্য হয়
उदाहरणे : স্কুলৰ পিছত আমি চিধা ঘৰলৈ যাম মোৰ স্কুল চাৰি বজালৈকে হয়
अर्थ : যি স্থানত প্রাথমিক, মাধ্যমিক বা উচ্চ মাধ্যমিক স্তৰত আনুষ্ঠানিক শিক্ষা প্রদান কৰা হয়
उदाहरणे : এই বিদ্যালয়খনত প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈকে শিক্ষা প্রদান কৰা হয়
समानार्थी : পাঠশালা, বিদ্যালয়
अर्थ : যি ঠাইত বিদ্যা প্রদান কৰা হয়
उदाहरणे : আমাৰ বিদ্যালয়ত এঘাৰটা কোঠা আছে
समानार्थी : পঢ়াশালি, পাঠশালা, বিদ্যাপীঠ, বিদ্যালয়
स्थापित करा