ভোদা (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম
নিশাচৰ চৰাই (বিশেষ্য)
দিনত লুকাই থকা আৰু ৰাতি ওলোৱা বা ৰাতি চৰা পক্ষী
ভগিনী (বিশেষ্য)
সম্বন্ধৰ বিচাৰত মাকৰ জীয়েক বা খুৰী, মামী, জেঠী আদিৰ ছোৱালী বা যাক ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত ভগ্নীৰ ্মর্যাদা দিয়া হৈছে
অন্যমনস্ক (বিশেষণ)
যাৰ মন অন্য কোনো বস্তু বা কথাৰ প্রতি আসক্ত হৈ আছে
নিমিত্ত (বিশেষ্য)
যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
মহাপ্রয়াণ (বিশেষ্য)
শৰীৰৰ পৰা প্রাণবায়ু ওলাই যোৱা কার্য
জনসমুদ্র (বিশেষ্য)
মানুহৰ সমষ্টি বা সমূহ
আশ (বিশেষ্য)
কোনো কাম হʼব বুলি বা কোনো বস্তু পাম পাম বুলি ভবা মনৰ এক অৱস্থা:মই তেওঁৰ্ পৰা এনে ব্যৱহাৰ পাম বুলি আশা কৰা নাছিলো
তুলনাহীন (বিশেষণ)
যিটো তুলনীয় নহয়
চমৎকাৰ (বিশেষ্য)
মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম