सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : এটা দলত এঘাৰজনকৈ খেলুৱৈ হৈ দুটা দলে হকী মাৰিৰ সহায়ত বল খেলা এক ধৰণৰ খেল
उदाहरणे : হকী ভাৰতৰ ৰাষ্ট্রীয় খেল
समानार्थी : হকী খেল
अर्थ : কাঠেৰে তৈয়াৰ কৰা ঘোৰ খোৱা মূৰবিশিষ্ট এক ধৰণৰ খেলৰ আহিলা যাৰ সহায়ত বল খেলিব পৰা যায়
उदाहरणे : খেলপথাৰত খেলুৱৈৱে হাতত হকী লৈ বলৰ পিছত দৌৰি আছিল
स्थापित करा