सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জোৰেৰে আঘাত কৰিবৰ কাৰণে নালৰ আগমূৰত লোহা আদি লগাই লোৱা এবিধ হাতৰ সঁজুলি
उदाहरणे : বনুৱাই হাতুৰিৰে ডাঙৰ শিলটোত মৰিয়াই আছে
समानार्थी : হামাৰ
अर्थ : মিস্ত্রীয়ে কোনো বস্তু ভাঙিবলৈ, গঢ়িবলৈ, পিটিবলৈ বা টঙনিয়াবলৈ ব্যৱহাৰ কৰা এবিধ্ সঁজুলি:তেওঁ ্ হাতুৰিৰে বেৰখন ভাঙি আছে
उदाहरणे :
स्थापित करा