ଅର୍ଥ : জীৱিত থাকিবৰ কাৰণে আৱশ্যক হোৱা পৰিস্থিতি যʼত বতাহ, পানী আদি থাকে
							ଉଦାହରଣ : 
							বিজ্ঞানীসকলে চন্দ্রত জীৱন আছেনে নাই সেই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে
							
ଅର୍ଥ : যি সময় জুৰি কোনো বস্তু বা পদার্থ ্চলমান অৱস্হাত থাকে
							ଉଦାହରଣ : 
							বেছিভাগ  বৈদ্যুতিক উপকৰণৰে আয়ুস অলপীয়া হয়
							
ସମକକ୍ଷ : আয়ুস
ଅର୍ଥ : জীৱন যাপন কৰাৰ ধৰণ বিশেষ
							ଉଦାହରଣ : 
							নি্র্বাচন অহাৰ লগে লগেই নেতাসকলে ৰাজনৈতিক জীৱনত সক্রিয় হৈ পৰে
							
ଅର୍ଥ : জীৱিত প্রাণী
							ଉଦାହରଣ : 
							ডুবাৰুৰ কাৰণে বানত ডুবিবলৈ ধৰা লোকসকলৰ জীৱন ৰক্ষা পৰিল