ଅର୍ଥ : কোনো অংশত পৃথক পৃথক হোৱা
							ଉଦାହରଣ : 
							স্বাধীনতাৰ পিছত ভাৰতবর্ষ ্দুভাগত বিভক্ত হʼল
							
ସମକକ୍ଷ : বিভক্ত হোৱা
ଅର୍ଥ : * সম্বন্ধ আদি নাইকিয়া হোৱা
							ଉଦାହରଣ : 
							নিজৰ মাজতে কাজিয়া লাগি পতি-পত্নী দুয়ো এৰা-এৰি হʼল
							
ସମକକ୍ଷ : আঁতৰ্া-আঁতৰি হোৱা, এৰা-এৰি হোৱা, নিলগ হোৱা, নিলগা-নিলগি হোৱা, বিচ্ছিন্ন হোৱা, বিভক্ত হোৱা, বেলেগ হোৱা