ଅର୍ଥ : পিছৰ ফালে জোৰা লগোৱা, ওপৰ বা বাহিৰৰ পৰা আনি মিলোৱা
							ଉଦାହରଣ : 
							তুকাৰামৰ গাথাত কিছুমান প্রক্ষিপ্ত ৰচনা আছে
							
ଅର୍ଥ : যাৰ প্রক্ষেপণ কৰা হৈছে
							ଉଦାହରଣ : 
							প্রক্ষেপিত উপগ্রহটোৰ পৰা এতিয়া সংকেত পোৱা গৈছে
							
ସମକକ୍ଷ : প্রক্ষেপিত