ଅର୍ଥ : যাক আমি আপোন বুলি ভাবিব নোৱাৰোঁ
							ଉଦାହରଣ : 
							নিস্বার্থ সেৱকে আপোন আৰু পৰৰ মাজত ভেদ সৃষ্টি নকৰে
							
ସମକକ୍ଷ : অনাত্মীয়
ଅର୍ଥ : যি আপোন নহয়
							ଉଦାହରଣ : 
							পৰক আপোন বুলি ভবাৰ বাবেই আমি মায়াৰ পাশত আৱদ্ধ হওঁ হিন্দু দর্শনে জগতখনক পৰ বুলি কৈছে
							
ସମକକ୍ଷ : আনাত্মীয়