ଅର୍ଥ : বান্ধোন দৃঢ় বা টান কৰিবৰ কাৰণে ৰছি আদি টনা:ৰবিয়ে ধানৰ বোজাটো আটি বান্ধিলে
							ଉଦାହରଣ : 
							
							
ସମକକ୍ଷ : টান কৰা
ଅର୍ଥ : যিকোনো বস্তুক একগোট কৰি বন্ধা
							ଉଦାହରଣ : 
							বিদেশ যাবৰ কাৰণে ৰামে নিজৰ সামগ্রী বান্ধিলে
							
ସମକକ୍ଷ : পেক কৰা
ଅର୍ଥ : ৰচী, কাপোৰ আদিৰে মেৰিয়াই গাঁঠি দিয়া
							ଉଦାହରଣ : 
							তেওঁ খৰিবোৰ বান্ধি আছে
							
ସମକକ୍ଷ : গ্রন্থন কৰা, জৰী পকা
ଅର୍ଥ : যাক নিজৰ ইচ্ছানুসৰি বলপূর্বক্্ভাৱে কাম কৰোৱা হয়
							ଉଦାହରଣ : 
							ঠিকাদাৰে বন্ধা শ্রমিকসকলক বৰ কষ্ট দিয়ে