ଅର୍ଥ : বানত যাৰ ক্ষতিসাধন হৈছে
							ଉଦାହରଣ : 
							চৰকাৰে বানপীড়িত লোকসকলক যতদূৰ সম্ভৱ সহায়-সহযোগ কৰি আছে
							
ସମକକ୍ଷ : বান-পীড়িত
ଅର୍ଥ : যʼত বানপানী হয়
							ଉଦାହରଣ : 
							মন্ত্রী মহোদয়ে বানপীড়িত এলেকা পৰিভ্রমণ কৰিলে
							
ସମକକ୍ଷ : বান-পীড়িত, বানবিধ্বস্ত