ଅର୍ଥ : বিশ্বাসঘাতকতা কৰা ব্যক্তি
							ଉଦାହରଣ : 
							আধুনিক যুগত বিশ্বাসঘাতকৰ অভাৱ নাই
							
ସମକକ୍ଷ : বিশ্বাসঘাতক, বিশ্বাসঘাতী
ଅର୍ଥ : যি বিশ্বাসঘাতকতা কৰে
							ଉଦାହରଣ : 
							বিশ্বাসঘাতকীৰ ওপৰত আস্থা ৰখাটো উচিত হোৱা নাই
							
ସମକକ୍ଷ : অপঘাটক, অপঘাতী, দগাবাজ, নিমখ হাৰাম
ଅର୍ଥ : বিশ্বাসঘাত কৰোতাজন
							ଉଦାହରଣ : 
							বিশ্বাসঘাতক লোকযে সমাজত কমা নাই ইতিহাস তাৰ সাক্ষী
							
ସମକକ୍ଷ : বিশ্বাসঘাতক, বিশ্বাসঘাতী