ଅର୍ଥ : ব্রিটেইনত থকা বা বসতি কৰা
							ଉଦାହରଣ : 
							তেওঁ বিদ্রোহৰ সময়ত ভালেমান ব্রিটিছ পৰিয়ালক নিজৰ বৰঘৰত লুকুৱাই সুৰক্ষিত স্থানলৈ লৈ গৈছিল
							
ଅର୍ଥ : ব্রিটেইনৰ বা ব্রিটেইন সম্বন্ধীয়
							ଉଦାହରଣ : 
							ভাৰতত বহু সময়লৈকে ব্রিটিছ শাসন আছিল