ଅର୍ଥ : সন্তানৰ প্রেমেৰে ভৰি থকা
							ଉଦାହରଣ : 
							পুত্র বৎসল দশৰথে ৰামৰ সৈতে বিচ্ছেদ হোৱাৰ  দুখতে প্রাণ ত্যাগ কৰিলে
							
ଅର୍ଥ : সৰুসকলৰ প্রতি অত্যন্ত স্নেহ আৰু তেওঁলোকৰ ওপৰত কৃপাদৃষ্টি ৰাখোতা
							ଉଦାହରଣ : 
							ভগৱানক ভক্ত বৎসল বুলি কোৱা হয়