ଅର୍ଥ : কোনো বন্ধন বা কাম আদিৰ পৰা মুক্ত হোৱা
							ଉଦାହରଣ : 
							ঋষিজনে নিজৰ সাধনাৰ বলত সংসাৰৰ দুখৰ পৰা উদ্ধাৰ পালে
							
ସମକକ୍ଷ : উদ্ধাৰ পোৱা, নিস্তাৰ পোৱা
ଅର୍ଥ : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য
							ଉଦାହରଣ : 
							মাছবোৰ জালৰ পৰা এৰাই গʼল
							
ସମକକ୍ଷ : উন্মুক্ত হোৱা, এৰাই যোৱা, বন্ধন মুক্ত হোৱা, সুলকি যোৱা