ଅର୍ଥ : উদ্ভিদ আদিত ফল-ফুল লগা কার্য্য
							ଉଦାହରଣ : 
							এই বছৰ আম গছত সোনকালে মল লাগিছে
							
ଅର୍ଥ : কার্য আদিত ৰত হোৱা
							ଉଦାହରଣ : 
							ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে
							
ସମକକ୍ଷ : ব্যস্ত হোৱা, লাগি থকা
ଅର୍ଥ : কোনো সঠিক ঠাইত গৈ উপনীত হোৱা
							ଉଦାହରଣ : 
							নাওখন নদীৰ পাৰত গৈ লাগিল
							
ଅର୍ଥ : অনুমানতকৈ বেছি প্রয়োজন হোৱা
							ଉଦାହରଣ : 
							এই কামটোত বহুত টকা লাগিছে
							
ଅର୍ଥ : কোনো কামত দৃঢ়তাৰে লাগি থকা
							ଉଦାହରଣ : 
							বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল
							
ସମକକ୍ଷ : লাগি যোৱা
ଅର୍ଥ : কাৰোবাক আঘাত দিয়া
							ଉଦାହରଣ : 
							তেওঁ ্মোক পেনৰ নিব লগালে
							
ଅର୍ଥ : আঘাত বা কষ্ট পোৱা
							ଉଦାହରଣ : 
							তেওঁৰ ্ কথাই মোক বৰকৈ আঘাত কৰিলে  খুঁটিটোত মোৰ ভৰিখন বৰ জোৰেৰে লাগিল
							
ସମକକ୍ଷ : আঘাত কৰা
ଅର୍ଥ : সম্বন্ধত কিবা হোৱা
							ଉଦାହରଣ : 
							মনোজদেৱ সম্বন্ধত মোৰ খুৰা লাগে
							
ଅର୍ଥ : উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰা
							ଉଦାହରଣ : 
							বাগিছাত ৰোপন কৰা দহজোপাৰ উদ্ভিদৰ ভিতৰত সাতজোপা লাগিছে
							
ଅର୍ଥ : কোনো ভাব অৱস্থা আদিৰ উৎপন্ন হোৱা
							ଉଦାହରଣ : 
							আজিৰ ৰসজ্ঞ কবি সন্মিলনত বৰ আনন্দ লাগিল