ଅର୍ଥ : যʼত প্রভাৱ থাকে
							ଉଦାହରଣ : 
							তেওঁ ্প্রভাৱশালী কন্ঠেৰে এই কামটো আজিয়েই হʼব লাগিব বুলি কʼলে
							
ସମକକ୍ଷ : প্রভাৱশালী
ଅର୍ଥ : যাৰ বল বা শক্তি আছে
							ଉଦାହରଣ : 
							অশোক এজন শক্তিশালী ৰজা আছিল তেওঁ ্জোৰদাৰ অভিনয় কৰিলে
							
ସମକକ୍ଷ : জোৰদাৰ
ଅର୍ଥ : যাৰ বহুত বেছি প্রতাপ থাকে
							ଉଦାହରଣ : 
							ৰাবন এজন প্রতাপী ৰজা আছিল
							
ସମକକ୍ଷ : প্রতাপশালী, প্রতাপী, বিক্রমী
ଅର୍ଥ : অত্যন্ত পৰাক্রমী
							ଉଦାହରଣ : 
							চিকন্দৰ শক্তিমন্ত ৰজাসকলৰ ভিতৰত এজন
							
ସମକକ୍ଷ : অপ্রতিহত, বিক্রমশালী, শক্তিমন্ত, ্দুর্জয়, ্পৰাক্রমী