ଅର୍ଥ : পাহৰি যোৱা অৱস্থা বা ভাৱ
							ଉଦାହରଣ : 
							পাহৰণৰ কাৰণে বস্তু বিচাৰিলেও পোৱা নাযায়
							
ସମକକ୍ଷ : অপস্মাৰ, পাহৰণ, পাহৰণি, পাহৰি যোৱা-, প্রস্মৰণ, বিস্মৃতি, বিস্মৰণ, ভ্রম, স্মৃতিবিভ্রম, স্মৃতিভ্রংশ, স্মৃতিলোপ
ଅର୍ଥ : স্মৃতিহীন হোৱা অৱস্থা বা ভাব
							ଉଦାହରଣ : 
							মূৰত বেছি আঘাত পোৱা কাৰণে তেওঁ স্মৃতিহীনতাত ভুগিছে
							
ସମକକ୍ଷ : প্রস্মৰণ, বিস্মৃতি, স্মৃতিবিভ্রম, স্মৃতিভ্রংশ, স্মৃতিলোপ, স্মৃতিহীনতা