ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বহুত ওচৰৰ বা বহুত কাষৰ
ଉଦାହରଣ : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে
ସମକକ୍ଷ : অন্তৰংগ, অন্তৰঙ্গ, আপোন, গাঢ়, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা, সহৃদয়
ଅର୍ଥ : যি সকলোতকৈ শ্রেষ্ঠ বা উত্তম
ଉଦାହରଣ : মনোজক বিদ্যালয়ৰ সর্বশ্রেষ্ঠ ছাত্র হিচাপে নি্র্বাচন কৰা হৈছে
ସମକକ୍ଷ : সর্বশ্রেষ্ঠ, সর্বোত্তম, সর্বোৎকৃষ্ট
ଅର୍ଥ : বহুতৰ মাজত এক
ଉଦାହରଣ : তেখেত অন্যতম সাৰঙ্গ বাদক আছিল
ସଂସ୍ଥାପନ କରନ୍ତୁ