ଅର୍ଥ : হেৰুওৱা বা লোকচান ভৰা কার্য
							ଉଦାହରଣ : 
							ধনৰ ইমান অপচয় হোৱাৰ পিছতো তেওঁ ্স্বভাৱ সলনি নহʼল
							
ଅର୍ଥ : কোনোবাই দিয়া আজ্ঞা বা কাৰ্যৰ নোহোৱাৰ দৰে কৰা কাৰ্য
							ଉଦାହରଣ : 
							চৰকাৰী আঁচনিবোৰৰ প্ৰায়েই অপচয় কৰা দেখা যায়
							
ଅର୍ଥ : অনাহক আৰু অধিক খৰচ
							ଉଦାହରଣ : 
							অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
							
ସମକକ୍ଷ : অতিখৰচী, অপপ্রয়োগ, অপব্যয়, অপব্যৱহাৰ, আধানার্জ্জি