ଅର୍ଥ : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য
							ଉଦାହରଣ : 
							ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি
							
ସମକକ୍ଷ : পোৱা
ଅର୍ଥ : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা
							ଉଦାହରଣ : 
							অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি
							
ସମକକ୍ଷ : পোৱা
ଅର୍ଥ : অভিপ্রায় বা আশয় বুজি পোৱা
							ଉଦାହରଣ : 
							মই অতি কষ্ট কৰিহে এই কথালৈকে আহি উপনীত হৈছোঁ