ଅର୍ଥ : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল
							ଉଦାହରଣ : 
							
							
ସମକକ୍ଷ : উৰি থকা
ଅର୍ଥ : স্থলত চলাচল কৰা বস্তুৰ অতি বেগেৰে চলোৱা কার্য
							ଉଦାହରଣ : 
							চাবুকৰ কোব খোৱাৰ লগে লগেই ঘোঁৰাটো উৰিল
							
ଅର୍ଥ : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা
							ଉଦାହରଣ : 
							মেজত থোৱা কিতাপখন কʼত হেৰাল
							
ସମକକ୍ଷ : হেৰোৱা
ଅର୍ଥ : ৰং , চমক আদি শেতা পৰি যোৱা এক অৱস্থা
							ଉଦାହରଣ : 
							এবাৰ ধোৱনতে কাপোৰৰ ৰং উৰি যায়
							
ସମକକ୍ଷ : উৰি যোৱা
ଅର୍ଥ : বতাহত ইফাল-সিফাল হৈ পৰা
							ଉଦାହରଣ : 
							ধুমুহা অহাৰ কাৰণে শস্যৰ ভঁ্ৰালত ৰখা ভুচিখিনি উৰিল
							
ସମକକ୍ଷ : উৰি যোৱা
ଅର୍ଥ : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে
							ଉଦାହରଣ : 
							
							
ସମକକ୍ଷ : পিন্ধা, পৰিধান কৰা, লোৱা