ଅର୍ଥ : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য
							ଉଦାହରଣ : 
							মাছবোৰ জালৰ পৰা এৰাই গʼল
							
ସମକକ୍ଷ : উন্মুক্ত হোৱা, বন্ধন মুক্ত হোৱা, মুক্ত হোৱা, সুলকি যোৱা
ଅର୍ଥ : কটা বা কোনো মূলবস্তুৰ পৰা আঁতৰি যোৱা কার্য
							ଉଦାହରଣ : 
							বৰষুণৰ আগেয়ে গছ-গছনি ছিঙি গৈছিল
							
ସମକକ୍ଷ : ছিঙা, ছিন্ন হোৱা