ଅର୍ଥ : দাঁত আদি বহুৱাই টুকুৰা, আঘাত বা ঘাঁ কৰা:ৰাতি শুৱাৰ সময়ত মহে বৰকৈ কামুৰিলে
							ଉଦାହରଣ : 
							
							
ଅର୍ଥ : মুখত ভৰাই লৈ দুয়োপাৰি ্দাঁতেৰে বাৰে-বাৰে হেঁ্চা কার্য
							ଉଦାହରଣ : 
							তেওঁ কলমটো কামুৰি আছে
							
ସମକକ୍ଷ : কামুৰি থকা, চোৱোৱা
ଅର୍ଥ : মূৰৰ বিষ কৰা
							ଉଦାହରଣ : 
							আধাঘণ্টাৰ পৰা মোৰ মুৰ কামুৰি আছে