ଅର୍ଥ : যি ঠাই কাৰোবাৰ বাবে ভালদৰে পৰিচিত
							ଉଦାହରଣ : 
							এলাহাবাদতো মোৰ বাবে ঘৰৰ নিচিনা
							
ଅର୍ଥ : ৰেখা আদিৰে ঘেৰি থকা স্থান
							ଉଦାହରଣ : 
							তেওঁ নিজৰ উত্তৰ বহীত ঘৰ বনাই আছে
							
ଅର୍ଥ : নিজৰ দেশ
							ଉଦାହରଣ : 
							আমেৰিকাত দুবছৰ কটোৱাৰ পিছত শ্যাম স্বদেশলৈ ঘূৰিল
							
ସମକକ୍ଷ : নিজ দেশ, স্বদেশ, স্বৰাষ্ট্র
ଅର୍ଥ : গুটিৰে খেলা খেলত গুটি চলাবৰ কাৰণে কাগজ, কাঠ আদিৰ ওপৰত বনোৱা বিভাগ
							ଉଦାହରଣ : 
							তেওঁ ্দবা খেলৰ গুটিটোক আগৰ ঘৰলৈ আগবঢ়াই দিলে