ଅର୍ଥ : যিটো বেছি গাঢ় নহয়
							ଉଦାହରଣ : 
							দৈখিনি ঢিলাকৈ বান্ধিলে
							
ଅର୍ଥ : ঠেক বা কচি বা টানি নবন্ধা
							ଉଦାହରଣ : 
							মোহনে ঢিলা কাপোৰ পিন্ধে
							
ଅର୍ଥ : যাক ভালদৰে বন্ধা বা টনা হোৱা নাই
							ଉଦାହରଣ : 
							ৰছীডাল ঢিলা  হৈ গʼল
							
ଅର୍ଥ : যিটো ভালদৰে বন্ধা বা লগা নাই
							ଉଦାହରଣ : 
							এই টেমাটোৰ ঢাকনখন ঢিলা শ্যামে স্ক্রু-ড্রাইভাৰেৰে ঢিলা স্ক্রু টান কৰি আছে