ଅର୍ଥ : কাৰোবাৰ ওপৰত কোনো দোষ লগোৱা কার্য ্বা এওঁ অমুক দোষ বা অপৰাধ কৰিছে বুলি কাৰোবাৰ ওচৰত কোৱা কার্য
							ଉଦାହରଣ : 
							অনাহকতে কাকো দোষাৰোপ কৰা উচিত নহয়
							
ସମକକ୍ଷ : দোষাৰোপন
ଅର୍ଥ : অভিযুক্তৰ ওপৰত দোষ প্রমাণিত হোৱা সিদ্ধান্ত
							ଉଦାହରଣ : 
							দোষাৰোপৰ পিছত অভিযুক্তক চাৰি বছৰৰ কাৰাদণ্ড বিহা হʼল
							
ସମକକ୍ଷ : দোষনিৰ্ণয়