ଅର୍ଥ : যʼত দয়া নাই:কংস এজন নির্দয় ব্যক্তি আছিল
							ଉଦାହରଣ : 
							
							
ସମକକ୍ଷ : অকৰুণ, অনুভূতিহীন, কঠিন, কঠুৱা, কঠোৰ, কাঠচিতীয়া, কাঠবুকুৱা, কৃপাহীন, ক্রুৰ, ক্রুৰমতি, কৰুণাহীন, দয়া-মায়াহীন, দয়াশূন্য, দয়াহীন, নিকৰুণ, নিদয়া, নিমৰমিয়াল, নির্ম্মম, নিষ্কৰুণ, নিষ্ঠুৰ, নি্র্দয়, পাষাণহৃদয়, মমতাহীন, মায়াহীন, হিয়াহীন, হৃদয়শূন্য, হৃদয়হীন
ଅର୍ଥ : যিয়ে হিংসা কৰে
							ଉଦାହରଣ : 
							আজিকালিৰ মানুহবোৰ হিংসুক হৈ গৈ আছে
							
ସମକକ୍ଷ : আততায়ী, বর্বৰ, হিংসাপৰায়ণ, হিংসুক, হিংস্র