ଅର୍ଥ : * কোনো কর্মচ্াৰীক অস্থায়ী কামৰ কাৰণে এজনক আনজনৰ ঠাইত স্থানান্তৰিত কৰা
							ଉଦାହରଣ : 
							সেনাধ্যক্ষই এগৰাকী বিষয়াক সাগৰৰ পাৰত ডিউটী কৰিবলৈ নিযুক্ত কৰিলে
							
ସମକକ୍ଷ : নিযুক্ত কৰা
ଅର୍ଥ : কোনো বস্তু, ব্যক্তি আদিক এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱা বা যাবলৈ দিয়া
							ଉଦାହରଣ : 
							ৰামে অঙ্গদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠালে  মই এখন চিঠি পঠিয়ালো
							
ସମକକ୍ଷ : পঠিওৱা, ৰাওনা হোৱা