ଅର୍ଥ : পানীৰ দৰে হৈ পৰা পাতল বস্তু
							ଉଦାହରଣ : 
							ৰমেশৰ তেজ পনীয়া হৈ গৈছে  এইখিনি গাখীৰ নহয় পানী
							
ସମକକ୍ଷ : পনীয়া
ଅର୍ଥ : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত
							ଉଦାହରଣ : 
							এই তৰোৱালখনৰ পানী চাবলগীয়া
							
ସମକକ୍ଷ : ধাৰ
ଅର୍ଥ : মুখ, চকু, ঘা আদিৰ পৰা বিৰিঙি থকা তৰল পদার্থ
							ଉଦାହରଣ : 
							তেওঁৰ দুয়োটা চকুৰ পৰা অনবৰতে পানী ওলাই আছে