ଅର୍ଥ : পশু, পক্ষী আদিক নিজৰ ওচৰত খুৱাই-বোৱাই ৰখা:কোনো কোনো লোকে চখতে কুকুৰ, মেকুৰী, ভাটৌ আদি পোহে
							ଉଦାହରଣ : 
							
							
ସମକକ୍ଷ : পালা, পোহ-পাল দিয়া, পোহা
ଅର୍ଥ : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা
							ଉଦାହରଣ : 
							মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে
							
ସମକକ୍ଷ : চকু-কাণ দিয়া, চম্ভালা, দায়িত্ব বহন কৰা
ଅର୍ଥ : ভোজন,বস্ত্র আদি দি জীৱন ৰক্ষা কৰা
							ଉଦାହରଣ : 
							সকলোৰে মাক-দেউতাকে নিজৰ শকতি অনুযায়ী লʼৰা-ছোৱালীৰ লালন-পালন কৰে
							
ସମକକ୍ଷ : প্রতিপালন কৰা, লালন-পালন কৰা