ଅର୍ଥ : প্রথা বন্ধ কৰা কার্য
							ଉଦାହରଣ : 
							আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে
							
ସମକକ୍ଷ : উঠাই দিয়া, নিষিদ্ধ কৰা
ଅର୍ଥ : দুৱাৰ, মুখ আদিত কিবা ৰাখি তাৰ বন্ধ কৰা
							ଉଦାହରଣ : 
							তেওঁ নিগনিৰ ্গাঁত বন্ধ কৰিছে
							
ଅର୍ଥ : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি
							ଉଦାହରଣ : 
							ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়
							
ସମକକ୍ଷ : জপোৱা
ଅର୍ଥ : চলি আহি থকা কথা বা পৰম্পৰা আদি বন্ধ কৰা
							ଉଦାହରଣ : 
							ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্রথা বন্ধ কৰিছিল
							
ସମକକ୍ଷ : ৰুধা
ଅର୍ଥ : ভাট্টা আদি নিদিয়া
							ଉଦାହରଣ : 
							চৰকাৰে ভ্রমণ ভাট্টা বন্ধ কৰিলে