ଅର୍ଥ : বেলেগ বেলেগ ভাগ বা অংশত ভগোৱা কার্য ্বা ভাব
							ଉଦାହରଣ : 
							ৰামে নিজৰ দুইজন লʼৰাৰ কাৰণে ঘৰৰ বিভাজন কৰিলে
							
ସମକକ୍ଷ : ভাগ-বাটোৱাৰা
ଅର୍ଥ : কোনো এটা সংখ্যাৰে আন এটা সংখ্যা ভাগ কৰা কার্য
							ଉଦାହରଣ : 
							আজি গণিতৰ শ্রেণীত হৰণ অংক শিকোৱা হʼব
							
ସମକକ୍ଷ : হৰণ অংক