ଅର୍ଥ : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
							ଉଦାହରଣ : 
							মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
							
ସମକକ୍ଷ : কোৱা
ଅର୍ଥ : কোনো কথা আদি জানি লোৱা
							ଉଦାହରଣ : 
							বহুত বুজোৱাৰ পিছতো তেওঁ এই প্রশ্নটোৰ উত্তৰ দিব নোৱাৰিলে
							
ଅର୍ଥ : বোধ বা জ্ঞান উদয় হোৱা
							ଉଦାହରଣ : 
							শিক্ষকে ছাত্র-ছাত্রীক গণিত বুজাইছে
							
ଅର୍ଥ : কাৰোবাৰ বোধ হোৱাকৈ কথা কোৱা
							ଉଦାହରଣ : 
							তেওঁ পথভ্রষ্ট শিশুবোৰক বুজাই আছে