ଅର୍ଥ : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা
							ଉଦାହରଣ : 
							তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে
							
ସମକକ୍ଷ : কোৱা, দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, শিকাই দিয়া
ଅର୍ଥ : সুন্দৰ আৰু শৃংখলিতভাৱে উপস্থাপন কৰা কাৰ্য
							ଉଦାହରଣ : 
							তেখেতে নিজৰ অনুভূতিখিনি শব্দত ব্যক্ত কৰিলে
							
ସମକକ୍ଷ : প্রকাশ কৰা