ଅର୍ଥ : মনত উদয় হোৱা ভাব বা কোনো বিচাৰ
							ଉଦାହରଣ : 
							মনোভাবৰ ওপৰত নিয়ন্ত্রণ ৰখাটো কঠিন মনলৈ বিভিন্ন ধৰণৰ ভাব আহে
							
ସମକକ୍ଷ : ভাব, মনোভাবনা, মানসিক ভাব
ଅର୍ଥ : মনৰ অৱস্থা
							ଉଦାହରଣ : 
							তেওঁৰ ্মানসিক অৱস্থা এতিয়া ভাল নহয়
							
ସମକକ୍ଷ : মনোবৃত্তি, মনোৱস্থা, মানসিক অৱস্থা, মানসিকতা