ଅର୍ଥ : সজ্জন হোৱা ভাব
							ଉଦାହରଣ : 
							ভদ্রতা এটি বহুত ডাঙৰ গুণ
							
ସମକକ୍ଷ : ঋজুতা, ভদ্রতা, সজ্জনতা, সৌহার্দ্যতা
ଅର୍ଥ : যি ব্যৱহাৰত ভাল ভাব থাকে
							ଉଦାହରଣ : 
							আমি সকলোৰে লগত সদব্যৱহাৰ কৰিব লাগে  সদ্ ব্যৱহাৰে মানুহৰ মৰম বঢ়ায়
							
ସମକକ୍ଷ : ভাল ব্যৱহাৰ, সদব্যৱহাৰ, সদাচাৰ, সদাচৰণ, সদ্ব্যৱহাৰ, সুব্যৱহাৰ, সৎব্যৱহাৰ সদ্ ব্যৱহাৰ